Description:... শোণিতপুৰৰ বাণৰজাৰ জীয়ৰী ঊষা আৰু দ্বাৰকাৰ অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ ওপৰত ৰচিত শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত এইখন প্ৰথম পূৰ্ণাংগ নাট। ১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে। সৰ্বপ্ৰথম তেজপুৰৰ বাণ থিয়েটাৰত মঞ্চস্থ হোৱা এই নাটখনিত প্ৰথম বাৰৰ বাবে অসমীয়া লোকগীতৰ সুৰেৰে গীত-মাত আৰু লোকনৃত্যৰ আধাৰত নৃত্য পৰিৱেশন কৰা হৈছিল।
শোণিতপুৰৰ বাণৰজাৰ জীয়ৰী ঊষা আৰু দ্বাৰকাৰ অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ ওপৰত ৰচিত শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত এইখন প্ৰথম পূৰ্ণাংগ নাট।
১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে।
সৰ্বপ্ৰথম তেজপুৰৰ বাণ থিয়েটাৰত মঞ্চস্থ হোৱা এই নাটখনিত প্ৰথম বাৰৰ বাবে অসমীয়া লোকগীতৰ সুৰেৰে গীত-মাত আৰু লোকনৃত্যৰ আধাৰত নৃত্য পৰিৱেশন কৰা হৈছিল।
به شما اطمینان می دهیم در کمتر از 8 ساعت به درخواست شما پاسخ خواهیم داد.
* نتیجه بررسی از طریق ایمیل ارسال خواهد شد
شماره کارت : 6104337650971516 شماره حساب : 8228146163 شناسه شبا (انتقال پایا) : IR410120020000008228146163 بانک ملت به نام مهدی تاج دینی